প্ৰতিযোগিতা সমূহ



অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজানৰ সৌজন্যত আৰু শালমাৰী দীঘলীয়া যুৱ সংঘৰ সহযোগত অনুস্ঠিত হোৱা বাৰ্ষিক প্ৰতিযোগিতা সমূহৰ বিবৰণ-


১.  প্ৰথম বাৰ্ষিক টিংখাং আঞ্চলিক গ্ৰাম্য ক্ৰীড়া সমাৰোহ

    স্ঠান-শালমাৰী দীঘলীয়া ক্ষুদ্ৰ গ্ৰাম্য ক্ৰীড়াঙ্গন
    দিনাংক- ইং ১৫, ১৬, ১৭আৰু ১৮ ফেব্ৰুৱাৰী, ২০০১ চন
    মুঠ অংশ গ্ৰহণকাৰী বিদ্যালয়- ২২খন
    মুঠ অংশ গ্ৰহণকাৰী খেলুৱৈ-৩৮৪ গৰাকী
    মুঠ ইভেণ্ট-  দলীয়-৮টা
          ব্যক্তিগত-৩৯টা
    শ্ৰেষ্ঠ দ'ল-চহৰীকটা উচ্চ মাধ্যমিক বিদ্যালয়


২.  দ্বিতীয় বাৰ্ষিক টিংখাং আঞ্চলিক গ্ৰাম্য ক্ৰীড়া সমাৰোহ

    স্ঠান-শালমাৰী দীঘলীয়া ক্ষুদ্ৰ গ্ৰাম্য ক্ৰীড়াঙ্গন
    দিনাংক- ইং ৬,৭,৮ আৰু ৯ মাৰ্চ, ২০০২ চন
    মুঠ অংশ গ্ৰহণকাৰী বিদ্যালয়- ৩০খন
    মুঠ অংশ গ্ৰহণকাৰী খেলুৱৈ-৬৩২ গৰাকী
    মুঠ ইভেণ্ট-  দলীয়-৯টা
          ব্যক্তিগত-৩৭টা
    শ্ৰেষ্ঠ দ'ল-লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়



৩.  তৃতীয় বাৰ্ষিক টিংখাং আঞ্চলিক গ্ৰাম্য ক্ৰীড়া সমাৰোহ

    স্ঠান- ন-খাট উচ্চ ইংৰাজী বিদ্যালয় খেলপথাৰ
    দিনাংক- ইং ১৩,১৪,১৫ আৰু ১৬ মাৰ্চ, ২০০৩ চন
    মুঠ অংশ গ্ৰহণকাৰী বিদ্যালয়- ২৯খন
    মুঠ অংশ গ্ৰহণকাৰী খেলুৱৈ-৫২১ গৰাকী
    মুঠ ইভেণ্ট-  দলীয়-৯টা
          ব্যক্তিগত-৩৭টা
    শ্ৰেষ্ঠ দ'ল-



৪.  চতুৰ্থ বাৰ্ষিক টিংখাং আঞ্চলিক গ্ৰাম্য ক্ৰীড়া সমাৰোহ

    স্ঠান- ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ
    দিনাংক- ইং ১৪,১৫, ১৬ আৰু ১৭ নবেম্বৰ, ২০০৪ চন
    মুঠ অংশ গ্ৰহণকাৰী বিদ্যালয়- ৩০খন
    মুঠ অংশ গ্ৰহণকাৰী খেলুৱৈ-৫০২ গৰাকী
    মুঠ ইভেণ্ট-  দলীয়-৮টা
          ব্যক্তিগত-৩৮টা
    শ্ৰেষ্ঠ দ'ল-


৫.  পঞ্চম বাৰ্ষিক টিংখাং আঞ্চলিক গ্ৰাম্য ক্ৰীড়া সমাৰোহ

    স্ঠান- 
    দিনাংক- 
    মুঠ অংশ গ্ৰহণকাৰী বিদ্যালয়- 
    মুঠ অংশ গ্ৰহণকাৰী খেলুৱৈ- গৰাকী
    মুঠ ইভেণ্ট-  দলীয়- টা
          ব্যক্তিগত- টা
    শ্ৰেষ্ঠ দ'ল-



৬.  ষষ্ঠ বাৰ্ষিক টিংখাং আঞ্চলিক গ্ৰাম্য ক্ৰীড়া সমাৰোহ

    স্ঠান- 
    দিনাংক- 
    মুঠ অংশ গ্ৰহণকাৰী বিদ্যালয়- 
    মুঠ অংশ গ্ৰহণকাৰী খেলুৱৈ- গৰাকী
    মুঠ ইভেণ্ট-  দলীয়- টা
          ব্যক্তিগত- টা
    শ্ৰেষ্ঠ দ'ল-



৭.  সপ্তম বাৰ্ষিক টিংখাং আঞ্চলিক গ্ৰাম্য ক্ৰীড়া সমাৰোহ

    স্ঠান- 
    দিনাংক- 
    মুঠ অংশ গ্ৰহণকাৰী বিদ্যালয়- 
    মুঠ অংশ গ্ৰহণকাৰী খেলুৱৈ- গৰাকী
    মুঠ ইভেণ্ট-  দলীয়- টা
          ব্যক্তিগত- টা
    শ্ৰেষ্ঠ দ'ল-




৮.  অষ্টম বাৰ্ষিক টিংখাং আঞ্চলিক গ্ৰাম্য ক্ৰীড়া সমাৰোহ

    স্ঠান- শালমাৰী দীঘলীয়া ক্ষুদ্ৰ গ্ৰাম্য ক্ৰীড়াঙ্গন
    দিনাংক- ইং ২২, ২৩ আৰু ২৪ মাৰ্চ, ২০১৩ চন
    মুঠ অংশ গ্ৰহণকাৰী বিদ্যালয়- ২৮খন
    মুঠ অংশ গ্ৰহণকাৰী খেলুৱৈ-৫৩০ গৰাকী
    মুঠ ইভেণ্ট-  দলীয়-৮টা
          ব্যক্তিগত-৩৮টা
    শ্ৰেষ্ঠ দ'ল-


No comments:

Post a Comment